চকু টেলেকা কৰ্চকু পকা

চকু দে (Assamese) [ Roman: so.ku de]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2008-02-02
1. (Verb-Intran.) Pay close attention to; give heed to

Contributed by: Partha P Sarmah on 2010-06-03
2. (Verb-Trans.) to be very keen on getting something/somebody. কিবা/কাৰোবাক পাবলৈ আগ্ৰহ কৰা৷ যেনেঃ শুনিছানে, সি হেনো আজিকালি তাইলৈ বৰকৈ চকু দি আছে৷
Assamese: চকু দে